আল্লাহৰ ৯৯ নাম আৰু ইয়াৰ অৰ্থ

اللّٰه

আল্লাহ

অর্থ : আল্লাহ (ইবাদতৰ একমাত্ৰ উপযুক্ত সত্ত্বা)

الرحمن

আৰ-ৰাহমান

অর্থ: পৰম দয়ালু, পৰম কৰুণাময়, সৱাতোকৈ দয়ালু, কল্যাণময়

الرحيم

আৰ-ৰাহীম

অর্থ: অতি মেহেৰবান, অতি দয়ালু

الملك

আল-মালিক

অর্থ: সৰ্বকৰ্তৃত্বময়, অধিপতি, মালিক

القدوس

আল-কুদ্দুছ

অর্থ: নিষ্কলুষ, অতি পৱিত্র

السلام

আচ-ছালাম

অর্থ: নিৰাপত্তা প্ৰদানকাৰী, শান্তি প্ৰদানকাৰী, ত্রাণকৰ্তা, দোষমুক্ত

المؤمن

আল-মু'মিন

অর্থ: নিৰাপত্তা আৰু ঈমান প্ৰদানকাৰী, সত্য ঘোষণাকাৰী

المهيمن

আল-মুহাইমিন

অর্থ: পৰিপূৰ্ণ ৰক্ষণাবেক্ষণকাৰী, ৰক্ষক, অভিভাৱক, প্রতিপালনকাৰী

العزيز

আল-আ'জীজ

অর্থ: পৰাক্রমশালী, অপৰাজেয়, সৰ্বাধিক সন্মানিত, মহাসন্মানিত

الجبار

আল-জাব্বাৰ

অর্থ: মহাপ্রতাপশালী, অতি মহিমান্বিত

المتكبر

আল-মুতাকাব্বিৰ

অর্থ: নিৰঙ্কুশ শ্রেষ্ঠত্বৰ অধিকাৰী, সৰ্বশ্রেষ্ঠ, গৌৰৱান্বিত, অহংকাৰী

الخالق

আল-খালিক্ব

অর্থ: সৃষ্টিকৰ্তা, স্ৰষ্টা

البارئ

আল-বা-ৰীউ

অর্থ: সঠিকভাৱে সৃষ্টিকাৰী

المصور

আল-মুছাওৱিৰু

অর্থ: আকৃতি প্ৰদানকাৰী

الغفار

আল-গাফ্ফাৰ

অর্থ: পৰম ক্ষমাশীল, অতি ক্ষমাশীল

القهار

আল-ক্বাহহাৰ

অর্থ: কঠোৰ, মহাপ্রতাপশালী, দমনকাৰী

الوهاب

আল-ওৱাহ্হাব

অর্থ: দাতা, দানশীল, স্থাপনাকাৰী

الرزاق

আৰ-ৰাজ্জাক্ব

অর্থ: জীৱিকা প্ৰদানকাৰী

الفتاح

আল ফাত্তাহ

অর্থ: বিজয়দানকাৰী, শ্রেষ্ঠ ফয়চালাকাৰী, প্রাৰম্ভকাৰী

العليم

আল-আ'লীম

অর্থ: সৰ্বজ্ঞ, মহাজ্ঞানী

القابض

আল-ক্বা-বিজু'

অর্থ: নিয়ন্ত্রণকাৰী, সৰল পথ প্রদর্শনকাৰী

الباسط

আল-বা-চিতু

অর্থ: প্রশস্তকাৰী

الخافض

আল-খা-ফিজু

অর্থ: অৱনতকাৰী (কাফিৰ, মুশ্বৰিক তথা অবিশ্বাসীসকলক অপমানকাৰী)

الرافع

আৰ-ৰা-ফীউ'

অর্থ: উন্নতকাৰী, উচ্চতা প্ৰদানকাৰী

المعز

আল-মুয়ি'জ্জু

অর্থ: সন্মান প্ৰদানকাৰী

المذل

আল-আল-মুজিল্লু

অর্থ: (অবিশ্বাসীসকলক) অপমানকাৰী, সন্মান হৰণকাৰী

السميع

আচ-ছামিউ'

অর্থ: সৰ্বশ্রোতা

البصير

আল-বাছীৰ

অর্থ: সৰ্ববিষয়-দৰ্শনকাৰী, সৰ্বদ্রষ্টা

الحكم

আল-হা'কাম

অর্থ: অটল বিচাৰক, মহা বিচাৰপতি

العدل

আল-আ'দল

অর্থ: পৰিপূৰ্ণ-ন্যায়বিচাৰক, নিখুঁত ন্যায় বিচাৰক

اللطيف

আল-লাতীফ

অর্থ: সকলো গোপন বিষয়ে অৱগত, সূক্ষ্মদৰ্শী, অমায়িক

الخبير

আল-খা'বীৰ

অর্থ: সকলো বিষয়ে জ্ঞাত, সৰ্বজ্ঞ

الحليم

আল-হা'লীম

অর্থ: অত্যন্ত ধৈর্যশীল, মহা সহনশীল, প্রশ্রয়দাতা

العظيم

আল-আ'জীম

অর্থ: সৰ্বোচ্চ-মর্যাদাশীল, মহা মর্যাদাপূর্ণ

الغفور

আল-গাফুৰ

অর্থ: পৰম ক্ষমাশীল, মার্জনাকাৰী, অতি ক্ষমাশীল

الشكور

আশ্ব-শ্বাকুৰ

অর্থ: গুণগ্রাহী, সুবিবেচক

العلي

আল-আ'লিইউ

অর্থ: উচ্চ-মর্যাদাশীল

الكبير

আল-কাবীৰ

অর্থ: সুমহান, অতি মহান

الحفيظ

আল-হা'ফীজ

অর্থ: সংৰক্ষণকাৰী

المقيت

আল-মুক্বীত

অর্থ: সকলোকে জীৱনোপকৰণ দানকাৰী, সংৰক্ষণকাৰী, লালন-পালনকাৰী

الحسيب

আল-হাছীব

অর্থ: হিচাপ-নিকাচ গ্রহণকাৰী, মহা মীমাংসাকাৰী

الجليل

আল-জালীল

অর্থ: পৰম মর্যাদাৰ অধিকাৰী, গৌৰৱান্বিত

الكريم

আল-কাৰীম

অর্থ: সুমহান দাতা, মহা সন্মানিত, মহা দয়ালু

الرقيب

আৰ-ৰাক্বীব

অর্থ: তত্ত্বাৱধায়ক

المجيب

আল-মুজীব

অর্থ: সঁহাৰি দানকাৰী, উত্তৰদাতা, দুআ কবুলকাৰী

الواسع

আল-ওৱাছিউ'

অর্থ: সৰ্ব-ব্যাপী, অসীম

الحكيم

আল-হাকীম

অর্থ: পৰম-প্রজ্ঞাময়, সুবিজ্ঞ, সুদক্ষ

الودود

আল-অদুদ

অর্থ: (বান্দাসকলৰ প্রতি) সদয়, প্রেমময়, পৰম স্নেহশীল

المجيد

আল-মাজীদ

অর্থ: সকলো মর্যাদাৰ অধিকাৰী, মহিমান্বিত, সন্মানিত

الباعث

আল-বা-ঈছু'

অর্থ: পুনুৰুজ্জীৱিতকাৰী

الشهيد

আশ্ব-শ্বাহীদ

অর্থ: সর্বজ্ঞ-সাক্ষী, প্রত্যক্ষদর্শী

الحق

আল-হা'ক্ব

অর্থ: পৰম সত্য

الوكيل

আল-অকীল

অর্থ: পৰম নির্ভৰযোগ্য কর্ম-সম্পাদনকাৰী, তত্ত্বাৱধায়ক, সহায় প্রদানকাৰী

القوي

আল-ক্বউৱী

অর্থ: পৰম-শক্তিৰ-অধিকাৰী

المتين

আল-মাতীন

অর্থ: সুদৃঢ়, পৰাক্ৰমশালী

الولي

আল-অলিইউ

অর্থ: অভিভাৱক তথা সাহায্যকাৰী

الحميد

আল-হা'মীদ

অর্থ: সকলো প্রশংসাৰ অধিকাৰী, মহা প্রশংসনীয়

المحصي

আল-মুহছী

অর্থ: সকলো সৃষ্টিৰ বিষয়ে অৱগত, যাৱতীয় বিষয়ৰ হিচাপ ৰাখোঁতা

المبدئ

আল-মুব্দি'

অর্থ: প্রথমবাৰ-সৃষ্টিকর্তা, অগ্রণী, প্রথম প্রৱৰ্তক

المعيد

আল-মুঈ'দ

অর্থ: পুনৰ সৃষ্টিকাৰী

المحيي

আল-মুহ'য়ী

অর্থ: জীৱন-দানকাৰী

المميت

আল-মুমীত

অর্থ: মৃত্যু-দানকাৰী

الحي

আল-হাইয়্যু

অর্থ: চিৰঞ্জীৱ, যাৰ কোনো শেষ নাই

القيوم

আল-ক্বাইয়্যুম

অর্থ: সকলো বস্তুৰ ধাৰক তথা সংৰক্ষণকাৰী

الواجد

আল-ওৱাজিদ

অর্থ: অফুৰন্ত ভাণ্ডাৰৰ অধিকাৰী

المحيط

আল-মুহীত

অর্থ: পৰিবেষ্টনকাৰী

الواحد

আল-ওৱাহি'দ

অর্থ: এক ও অদ্বিতীয়

الصمد

আচ-ছমাদ

অর্থ: অমুখাপেক্ষী,অবিনশ্বৰ, চিৰন্তন, স্বয়ং সম্পূর্ণ

القادر

আল-ক্বাদিৰ

অর্থ: সর্বশক্তিমান, মহা ক্ষমতাধৰ

المقتدر

আল-মুক্ব্তাদিৰ

অর্থ: নিৰঙ্কুশ-সিদ্বান্তৰ-অধিকাৰী

المقدم

আল-মুক্বাদ্দিম

অর্থ: আগ ধৰোঁতা, সৱাতোকৈ আগত সহায় প্রদানকাৰী

المؤخر

আল-মুআক্ষিৰ

অর্থ: অৱকাশ দানকাৰী

الأول

আল-আওৱাল

অর্থ: অনাদি, প্রথম

الأخر

আল-আখিৰ

অর্থ: অনন্ত, সর্বশেষ

الظاهر

আজ-জা'হিৰ

অর্থ: সম্পূৰ্ণৰূপে-প্রকাশিত, প্রকাশ্য

الباطن

আল-বাত্বিন

অর্থ: দৃষ্টিৰ পৰা অদৃশ্য, গোপন

الوالي

আল-ওৱালী

অর্থ: সকলোৰে অভিভাৱক

المتعالي

আল-মুতাআ'লি

অর্থ: সৃষ্টিৰ গুণাৱলীৰ উর্দ্ধত অৱস্থানকাৰী

البر

আল-বাৰ্ৰ

অর্থ: পৰম-উপকাৰী, অনুগ্রহশীল, কল্যাণকাৰী

التواب

আত্-তাওৱাব

অর্থ: তাওবাৰ তাওফীক দানকাৰী আৰু কবুলকাৰী, ক্ষমাকাৰী

المنتقم

আল-মুনতাক্বিম

অর্থ: প্রতিশোধ-গ্রহণকাৰী

العفو

আল-আ'ফঊ

অর্থ: পৰম-উদাৰ, গুনাহ ক্ষমাকাৰী, পাপ মোচনকাৰী

الرؤوف

আৰ-ৰাউফ

অর্থ: পৰম-স্নেহশীল, সদয়, সমবেদনা প্রকাশকাৰী, দয়াশীল

مالك الملك

মা-লিকুল মুল্ক

অর্থ: সমগ্র জগতৰ বাদশ্বাহ্, বিশ্বজগতৰ গৰাকী

ذو الجلال والإكرام

যুল-জালালি-অল-ইকৰাম

অর্থ: মহিমান্বিত তথা দয়াৱান সত্তা, মহা মর্যাদাৱান, মহা মহত্ত্ব আৰু মহা সন্মানিত

المقسط

আল-মুক্ব্ছিত

অর্থ: হকদাৰৰ হক-আদায়কাৰী, ন্যায় প্ৰদানকাৰী

الجامع

আল-জামিউ'

অর্থ: একত্রিতকাৰী, সমৱেতকাৰী

الغني

আল-গানিয়্যু'

অর্থ: অমুখাপেক্ষী, ধনকুবেৰ

المغني

আল-মুগনীউ'

অর্থ: পৰম-অভাৱ মোচনকাৰী, সমৃদ্ধকাৰী, উদ্ধাৰকাৰী

المانع

আল-মানিউ'

অর্থ: অকল্যাণৰোধক, প্রতিৰোধকাৰী, ৰক্ষাকাৰী, নিষেধকাৰী

الضار

আয্-জা-ৰ্ৰ

অর্থ: ক্ষতিসাধনকাৰী, যন্ত্রনাদানকাৰী, উৎপীড়নকাৰী

النافع

আন্-নাফিউ'

অর্থ: কল্যাণকাৰী, উপকাৰকাৰী, হিতকাৰী

النور

আন্-নূৰ

অর্থ: পৰম-আলোৰ অধিকাৰী, মহাজ্যোতি

الهادي

আল-হাদী

অর্থ: পথ-প্রদর্শক, হিদায়তকাৰী

البديع

আল-বাদীউ'

অর্থ: অতুলনীয়, উদ্ভাৱক

الباقي

আল-বাক্বী

অর্থ: চিৰস্থায়ী, অবিনশ্বৰ

الوارث

আল-ওৱাৰিছ'

অর্থ: উত্তৰাধিকাৰী

الرشيد

আৰ-ৰাশ্বীদ

অর্থ: সঠিক পথ-প্রদর্শক, বিচক্ষণ, সচেতন

الصبور

আচ-চবুৰ

অর্থ: অত্যধিক ধৈর্যধাৰণকাৰী