ছুৰা আল-আচৰ

bismillah

وَالْعَصْرِ ١

1. সময়ৰ শপত,



-

اِنَّ الْاِنْسَانَ لَفِیْ خُسْرٍ ٢

2. নিশ্চয় মানুহ ক্ষতিগ্ৰস্ততাত নিপতিত,



-

اِلَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ وَتَوَاصَوْا بِالْحَقِّ ۙ وَتَوَاصَوْا بِالصَّبْرِ ٣

3. কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য্য ধাৰণ কৰিবলৈ উৎসাহ দিয়ে।



-