قُلْ اَعُوْذُ بِرَبِّ الْفَلَقِ ١
1. কোৱা, মই আশ্ৰয় বিচাৰোঁ ঊষাৰ প্ৰতিপালকৰ।
مِنْ شَرِّ مَا خَلَقَ ٢
2. তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা,
وَمِنْ شَرِّ غَاسِقٍ اِذَا وَقَبَ ٣
3. আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়,
وَمِنْ شَرِّ النَّفّٰثٰتِ فِی الْعُقَدِ ٤
4. আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা, যিসকলে গাঁঠিত ফুঁ দিয়ে,
وَمِنْ شَرِّ حَاسِدٍ اِذَا حَسَدَ ٥
5. আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।