ছুৰা আল-ইখলাচ

bismillah

قُلْ هُوَاللّٰهُ اَحَدٌ ١

1. কোৱা, ‘তেওঁ আল্লাহ, একক-অদ্বিতীয়,




اَللّٰهُ الصَّمَدُ ٢

2. আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী)




لَمْ یَلِدْ ۙ۬ وَلَمْ یُوْلَدْ ٣

3. তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ (কাৰো পৰা) জন্ম লোৱা নাই,




وَلَمْ یَكُنْ لَّهٗ كُفُوًا اَحَدٌ ٤

4. আৰু তেওঁৰ সমতুল্য কোনো নাই’।