ছুৰা আল-কাফিৰূন
قُلْ یٰۤاَیُّهَا الْكٰفِرُوْنَ ١
1. কোৱা, ‘হে কাফিৰসকল !
لَاۤ اَعْبُدُ مَا تَعْبُدُوْنَ ٢
2. তোমালোকে যাৰ ইবাদত কৰা, মই তাৰ ইবাদত নকৰোঁ,
وَلَاۤ اَنْتُمْ عٰبِدُوْنَ مَاۤ اَعْبُدُ ٣
3. আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়,
وَلَاۤ اَنَا عَابِدٌ مَّا عَبَدْتُّمْ ٤
4. আৰু মই তাৰ ইবাদতকাৰী নহয় যাৰ ইবাদত তোমালোকে কৰা।
وَلَاۤ اَنْتُمْ عٰبِدُوْنَ مَاۤ اَعْبُدُ ٥
5. আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়,
لَكُمْ دِیْنُكُمْ وَلِیَ دِیْنِ ٦
6. (গতিকে) তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।