ছুৰা আল-কাউছাৰ

bismillah

اِنَّاۤ اَعْطَیْنٰكَ الْكَوْثَرَ ١

1. নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ।




فَصَلِّ لِرَبِّكَ وَانْحَرْ ٢

2. এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কুৰবানী কৰা।




اِنَّ شَانِئَكَ هُوَالْاَبْتَرُ ٣

3. নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণ কৰা ব্যক্তিয়েই হৈছে নিৰ্বংশ।