ছুৰা ক্বুৰাইশ্ব

bismillah

لِاِیْلٰفِ قُرَیْشٍ ١

1. যিহেতু ক্বুৰাইছসকল অভ্যস্ত,




اٖلٰفِهِمْ رِحْلَةَ الشِّتَآءِ وَالصَّیْفِ ٢

2. সিহঁতৰ অভ্যাস আছে শীত আৰু গ্ৰীষ্মকালৰ ভ্ৰমণৰ।




فَلْیَعْبُدُوْا رَبَّ هٰذَا الْبَیْتِ ٣

3. এতেকে সিহঁতে এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰা উচিত।




الَّذِیْۤ اَطْعَمَهُمْ مِّنْ جُوْعٍ ۙ۬ وَاٰمَنَهُمْ مِّنْ خَوْفٍ ٤

4. যিজনে সিহঁতক ক্ষুধা অৱস্থাত খাদ্য প্ৰদান কৰিছে আৰু ভয়-ভীতিৰ পৰা নিৰাপত্তা দান কৰিছে।