ছুৰা আন-নাছ – অনুবাদ

ayat_numberarabic_ayattranslation
1قُلْ اَعُوْذُ بِرَبِّ النَّاسِ কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ,
2مَلِكِ النَّاسِমানুহৰ অধিপতিৰ,
3اِلٰهِ النَّاسِমানুহৰ ইলাহৰ ওচৰত,
4مِنْ شَرِّ الْوَسْوَاسِﵿ الْخَنَّاسِ আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা,
5الَّذِيْ يُوَسْوِسُ فِيْ صُدُوْرِ النَّاسযিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে,
6مِنَ الْجِنَّةِ وَالنَّاسِজিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।