ছুৰা আন-নাছ – অনুবাদ
ayat_number | arabic_ayat | translation |
---|---|---|
١ | قُلْ اَعُوْذُ بِرَبِّ النَّاسِ | 1. কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ, |
٢ | مَلِكِ النَّاسِ | 2. মানুহৰ অধিপতিৰ, |
٣ | اِلٰهِ النَّاسِ | 3. মানুহৰ ইলাহৰ ওচৰত, |
٤ | مِنْ شَرِّ الْوَسْوَاسِﵿ الْخَنَّاسِ | 4. আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা, |
٥ | الَّذِيْ يُوَسْوِسُ فِيْ صُدُوْرِ النَّاس | 5. যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে, |
٦ | مِنَ الْجِنَّةِ وَالنَّاسِ | 6. জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা। |